নৱেম্বৰ, ২০১৮ৰ ডায়েৰী:
৪ নৱেম্বৰ:
৫ নৱেম্বৰ:
মুক্তকেশী যাজ্ঞসেনীৰ দৰে প্ৰতিজ্ঞাত আবদ্ধ যি…
৬ নৱেম্বৰ:
৮ নৱেম্বৰ:
১০ নৱেম্বৰ:
১১ নৱেম্বৰ:
২১ নৱেম্বৰ:
কৰ্ণ: জন্ম আৰু মৃত্যুৰ ওপৰত কোনো অধিকাৰ নাই, অধিকাৰ আছে জীৱনৰ ওপৰত। জীৱনক বিশ্বাসঘাটকতা কৰা নাযায়…
২৫ নৱেম্বৰ:
চাণক্য: "গুণাৱলীৰ মাধ্যমেৰেহে শ্ৰেষ্ঠত্ব লাভ কৰা যায়, উচ্চ আসনত বহি নহয়। কাউৰীয়ে প্ৰাসাদৰ ওপৰত বহিলেও সি জানো গৰুড় হ'ব পাৰে?"
২৬ নৱেম্বৰ:
গুণোৎসৱ শেষ। এতিয়া উৰণীয়া পখীক বান্ধে কিহে…
ৰিচাইকল বিনৰ কথাবোৰ:
-"ব্ৰহ্মাণ্ড সুন্দৰী সুস্মিতা সেনক প্ৰশ্ন কৰিছিল বিচাৰকে, 'তোমাক যদি কেলেণ্ডাৰৰ পৰা এটা দিন বাদ দিবলৈ দিয়া হয়, কোনটো দিন বাদ দিবা?'
হঠাতে মেচেঞ্জাৰত টিংকৈ শব্দ এটা হ'ল। খুলি চালোঁ, ভাইটি এজনৰ মেচেজ। লিখিছে,
"বাইদেউ আপুনি উপদেশ দিয়া দিনৰ পৰাই মই অসমীয়াত লিখিব লৈছো। বাইদেউ আপোনাক কথা এটা সোধো। অনুগ্ৰহ কৰি বিৰূপ প্ৰতিক্ৰিয়াৰে নল'ব, আমি সকলোৱে এক সৃষ্টিকৰ্তাৰে সন্তান, মোৰ মনত কোনো ভেদ ভাব নাই, সকলোৱে সমান। কিন্তু বাইদেউ মোৰ জানিব মন যায় আপুনি হিন্দু নে মুছলিম। আপোনাৰ নাম বা ছবি দেখিলে মই নিজে বুজিবলৈ অসমৰ্থ।"
মিচিককৈ হাঁহি এটাৰে ধন্যবাদ জনাই লিখিলো মই, " মই যে কি নিজেও নাজানো। জন্মগতভাৱে, মানে মই মুছলিম পৰিয়ালত জন্ম ।"
তাই বোলে, একো নালাগে । পুলিটো জীয়ালেই হ'ব ।
আকৌ পৰি গ'লো মই সংকটত । প্ৰতিদানৰ উপহাৰস্বৰূপে মৰমকে দিয়ক বুলিলেও দায়মুক্ত হ'লো হয় । নতুবা কাণফুলিযোৰকে বিচৰা হ'লেও হয়।
৪ নৱেম্বৰ:
দুঃসময়ৰ অন্ত পৰা নাই। আইনৰ ওচৰলৈ যাওঁ নে জ্যোতিষৰ ওচৰলৈ? শেষত সিদ্ধান্ত ল'লো, সময়ৰ কলমেৰে টুকি যাওঁ কথাবোৰ। সময়ে এদিন বিচাৰ দিব…সময়ে এদিন বিধান দিব।
৫ নৱেম্বৰ:
মুক্তকেশী যাজ্ঞসেনীৰ দৰে প্ৰতিজ্ঞাত আবদ্ধ যি…
৬ নৱেম্বৰ:
এটা
সময়ত যেতিয়া অমৃতাক ওপৰৰ কোঠাত বন্ধ কৰি থৈছে, মিৰ্চাক দেউতাকে খেদি দিছে,
বিদায়ৰ সেই দৃশ্য দেখি তাই বাৰে বাৰে মূৰ্ছা গৈছে, চৰবতৰ বাদে আন একো খাব
পৰা নাই, গাখীৰৰ গিলাচটো আঁতৰাই পঠিয়াইছে, চুলিত জঁট বান্ধিছে, ঠিক সেই
সময়তে খোকা সোমাই আহি স্বভাৱসিদ্ধ বহুৱালিৰে দেৱযানী-কচৰ বচন আওৰাইছে, "এঁঃ
বাগৰি বাগৰি ক্ৰন্দন, ধিক ধিক……"
আৰু অমৃতাই জাপ মাৰি উঠি চিঠি লিখিছে, "I shall never forget you, never forget you......I shall wait for you, wait for you....."
দীঘল চুলিটাৰি ওলোমাই দি বাহুৰে চকু ঢাকি সৈ কাঢ়ে তাই, "নাপাহৰো, নাপাহৰো, নাপাহৰো…"

একোচা
চুলিৰ কাহিনী আছিল সেয়া, ৰাজৰাণীৰ দাসী সৈৰিন্ধীয়ে যিকোচাত তগৰ-মালতীয়ে
কবৰী বান্ধি সুশোভিত কৰি ৰাখিছিল, ৰাজসূয় যজ্ঞত যিকোচা চুলি মন্ত্ৰপুত
জলেৰে ধুৱাই বন্দনা কৰা হৈছিল, সেইকোচা চুলি এদল উদণ্ড নপুংসকৰ মাজত
দিশহাৰা হৈ মজিয়াত চুঁচৰি পৰিছিল। পৃথিৱী তেতিয়া নিক্ষত্ৰিয় হৈ পৰিছিল,
গাধই অস্বাভাৱিক আষ্ফালন কৰিছিল আৰু যাজ্ঞসেনী দ্ৰুপদকন্যাই নাৰীত্বৰ
অৱনমনত ভীষণ কঠোৰ হৈ প্ৰতিজ্ঞা কৰিছিল, মেলা চুলিৰ সেই প্ৰতিজ্ঞা, বিনা
খোপাৰে বিশৃংখল হবলৈ এৰি দিয়া একোচা চুলিৰ সেই আখ্যান।
আৰু এইফালে নছৰত চাহাবে ৰাগ টানিছে, "জুলফী ওলঝে তো দুনীয়া পৰেচান হো………আফৰীন…আফৰীন।"
কথাবোৰ একেই আছে, অপমানবোৰো একেই, প্ৰতিজ্ঞাবোৰো…আৰু যুদ্ধখনো…

মোৰ
বাবে ভালপোৱা কহিনুৰ হীৰাৰ দৰে, হয়তো ইয়াক শিৰৰ মুকুটত লগাই চৌদিশ উজলাম,
নহয়তো বুকুৰ অন্তেষপুৰত তলাবন্ধ কোঠালিত আলফুলে সংৰক্ষণ কৰিম ।
কোনো কাৰণতে ইয়াক দলিয়াই নেপেলাওঁ…
কোনো কাৰণতে ইয়াক দলিয়াই নেপেলাওঁ…
১১ নৱেম্বৰ:
যাজ্ঞসেনী পঢ়িলো। যাজ্ঞসেনীৰ মুখৰ এষাৰ কথাই যোৱা তিনিমাহৰ মনোকষ্টবোৰ নিমিষতে আঁতৰাই দিলে,
"চাকিৰ পোহৰ দূৰতহে পৰে, ওচৰত নপৰে।"
"চাকিৰ পোহৰ দূৰতহে পৰে, ওচৰত নপৰে।"
২১ নৱেম্বৰ:
কৰ্ণ: জন্ম আৰু মৃত্যুৰ ওপৰত কোনো অধিকাৰ নাই, অধিকাৰ আছে জীৱনৰ ওপৰত। জীৱনক বিশ্বাসঘাটকতা কৰা নাযায়…
২৫ নৱেম্বৰ:
চাণক্য: "গুণাৱলীৰ মাধ্যমেৰেহে শ্ৰেষ্ঠত্ব লাভ কৰা যায়, উচ্চ আসনত বহি নহয়। কাউৰীয়ে প্ৰাসাদৰ ওপৰত বহিলেও সি জানো গৰুড় হ'ব পাৰে?"
২৬ নৱেম্বৰ:
মনটো ভাল মোৰ । নহ'বনো কিয়, যোৱা দুবছৰে গাত নটা কূৰ্তিটো আজি কোনোমতে যে সোমোৱাব পাৰিলো ।
ধন্যবাদ সেইজনলৈ, যিয়ে গুণোৎসৱৰ কণ কণ লৰা ছোৱালীৰ প্ৰশ্নকাকত 'আউট' কৰি বছৰৰ ছমাহ আমাক দিনে ৰাতিয়ে কাম কৰালে ।
২৭ নৱেম্বৰ:ধন্যবাদ সেইজনলৈ, যিয়ে গুণোৎসৱৰ কণ কণ লৰা ছোৱালীৰ প্ৰশ্নকাকত 'আউট' কৰি বছৰৰ ছমাহ আমাক দিনে ৰাতিয়ে কাম কৰালে ।
গুণোৎসৱ শেষ। এতিয়া উৰণীয়া পখীক বান্ধে কিহে…
২৮ নৱেম্বৰ:
চাণক্যৰ নীতিবচন: "বুদ্ধিমানক যদি সামান্য জ্ঞান দিয়া যায় তথা দুষ্ট মানুহৰ আগত যদি গোপন কথা কোৱা যায়, সেয়া নিজে নিজেই বেছি হৈ বিয়পি পৰে।"
২৯ নৱেম্বৰচাণক্যৰ নীতিবচন: "বুদ্ধিমানক যদি সামান্য জ্ঞান দিয়া যায় তথা দুষ্ট মানুহৰ আগত যদি গোপন কথা কোৱা যায়, সেয়া নিজে নিজেই বেছি হৈ বিয়পি পৰে।"
ৰিচাইকল বিনৰ কথাবোৰ:
-"ব্ৰহ্মাণ্ড সুন্দৰী সুস্মিতা সেনক প্ৰশ্ন কৰিছিল বিচাৰকে, 'তোমাক যদি কেলেণ্ডাৰৰ পৰা এটা দিন বাদ দিবলৈ দিয়া হয়, কোনটো দিন বাদ দিবা?'
একেষাৰে উত্তৰ দিছিল সেই সুন্দৰীয়ে:' মহাত্মা গান্ধীক হত্যা কৰা দিনটো'।
জানানে, একেটাই প্ৰশ্ন মই বহুতবাৰ নিজক কৰিছিলো, মোক যদি কেলেণ্ডাৰৰ পৰা এটা দিন আঁতৰাবলৈ কোৱা হয়! আত্মাৰ সহস্ৰ কোষে একেস্বৰে চিঞৰিছিল, 'মোক হত্যা কৰা দিনটো।'
-"আস ৰীপ, কথাবোৰ কিয় মনত পেলাই লৈছানো?মোক লৈ সুখী নহয় তুমি?
-"বহুত সুখী। বহুত সুখী। কিন্তু কথাবোৰে আমনি কৰে । বহুতবাৰ মৃত্যু ঘটিছে মোৰ । শেষৰ বাৰ কেতিয়া জানা?"
-"প্লিজ ৰীপ । পাহৰি যোৱা সেইবোৰ । জী উঠা । জী উঠা।
-"উঠিমেইতো । উঠিবই লাগিব । তুমি লগত আছা যে!"
-লগত? হা হা হা, আজিলৈ দেখাই নাই মোক । আচ্ছা কোৱাচোন, নেদেখাকৈ ইমান ভাল কিদৰে পাব পাৰি ?
- ঈশ্বৰৰ দৰে । ঈশ্বৰে জনম দিয়ে। জীৱন দিয়ে । আৰু নেদেখাকৈয়ে দিয়ে প্ৰেম ।
-বাবামন্দিৰলৈ গৈছা ?
-নাই।
-যাবা।
-কিয়?
-নাথুলা পাছত মোৰ নাম লৈ উকি এটা মাৰিবা, "মা তিমি লাইক মায়া কৰছো। হাঃ হাঃ হাঃ"
-হাঁহিছা কিয়?
- নাঃ নকওঁ। আচ্ছা শুনাচোন। আমাৰ কথাবোৰ কেতিয়াকৈ লিখিবা?
- যেতিয়া অনন্ত কালৰ বুকুত তোমাৰ নাম উচ্চাৰণ হ'ব।
- আহিবনে সেই সময়?
-নিশ্চয় । বাৰু শুনাচোন ।
-কোৱা ।
-মোক যদি কেলেণ্ডাৰৰ পৰা এটা দিন বাদ দিবলৈ কোৱা হয়…
-আসঃ ৰীপ । আকৌ?
- কি কৰোঁ কোৱা…কি কৰোঁ মই? অস্থিৰ নোহোৱাকৈ কেনেকৈ স্থিৰ হওঁ মই?
-ৰীপ ৰীপ । শান্ত হোৱাচোন । শান্ত হোৱা ।
-কেনেকৈ শান্ত হওঁ, কেনেকৈ শান্তি দিওঁ… যিস্থলত নিজৰেই শান্তি নাই………
৩০ নৱেম্বৰজানানে, একেটাই প্ৰশ্ন মই বহুতবাৰ নিজক কৰিছিলো, মোক যদি কেলেণ্ডাৰৰ পৰা এটা দিন আঁতৰাবলৈ কোৱা হয়! আত্মাৰ সহস্ৰ কোষে একেস্বৰে চিঞৰিছিল, 'মোক হত্যা কৰা দিনটো।'
-"আস ৰীপ, কথাবোৰ কিয় মনত পেলাই লৈছানো?মোক লৈ সুখী নহয় তুমি?
-"বহুত সুখী। বহুত সুখী। কিন্তু কথাবোৰে আমনি কৰে । বহুতবাৰ মৃত্যু ঘটিছে মোৰ । শেষৰ বাৰ কেতিয়া জানা?"
-"প্লিজ ৰীপ । পাহৰি যোৱা সেইবোৰ । জী উঠা । জী উঠা।
-"উঠিমেইতো । উঠিবই লাগিব । তুমি লগত আছা যে!"
-লগত? হা হা হা, আজিলৈ দেখাই নাই মোক । আচ্ছা কোৱাচোন, নেদেখাকৈ ইমান ভাল কিদৰে পাব পাৰি ?
- ঈশ্বৰৰ দৰে । ঈশ্বৰে জনম দিয়ে। জীৱন দিয়ে । আৰু নেদেখাকৈয়ে দিয়ে প্ৰেম ।
-বাবামন্দিৰলৈ গৈছা ?
-নাই।
-যাবা।
-কিয়?
-নাথুলা পাছত মোৰ নাম লৈ উকি এটা মাৰিবা, "মা তিমি লাইক মায়া কৰছো। হাঃ হাঃ হাঃ"
-হাঁহিছা কিয়?
- নাঃ নকওঁ। আচ্ছা শুনাচোন। আমাৰ কথাবোৰ কেতিয়াকৈ লিখিবা?
- যেতিয়া অনন্ত কালৰ বুকুত তোমাৰ নাম উচ্চাৰণ হ'ব।
- আহিবনে সেই সময়?
-নিশ্চয় । বাৰু শুনাচোন ।
-কোৱা ।
-মোক যদি কেলেণ্ডাৰৰ পৰা এটা দিন বাদ দিবলৈ কোৱা হয়…
-আসঃ ৰীপ । আকৌ?
- কি কৰোঁ কোৱা…কি কৰোঁ মই? অস্থিৰ নোহোৱাকৈ কেনেকৈ স্থিৰ হওঁ মই?
-ৰীপ ৰীপ । শান্ত হোৱাচোন । শান্ত হোৱা ।
-কেনেকৈ শান্ত হওঁ, কেনেকৈ শান্তি দিওঁ… যিস্থলত নিজৰেই শান্তি নাই………
হঠাতে মেচেঞ্জাৰত টিংকৈ শব্দ এটা হ'ল। খুলি চালোঁ, ভাইটি এজনৰ মেচেজ। লিখিছে,
"বাইদেউ আপুনি উপদেশ দিয়া দিনৰ পৰাই মই অসমীয়াত লিখিব লৈছো। বাইদেউ আপোনাক কথা এটা সোধো। অনুগ্ৰহ কৰি বিৰূপ প্ৰতিক্ৰিয়াৰে নল'ব, আমি সকলোৱে এক সৃষ্টিকৰ্তাৰে সন্তান, মোৰ মনত কোনো ভেদ ভাব নাই, সকলোৱে সমান। কিন্তু বাইদেউ মোৰ জানিব মন যায় আপুনি হিন্দু নে মুছলিম। আপোনাৰ নাম বা ছবি দেখিলে মই নিজে বুজিবলৈ অসমৰ্থ।"
মিচিককৈ হাঁহি এটাৰে ধন্যবাদ জনাই লিখিলো মই, " মই যে কি নিজেও নাজানো। জন্মগতভাৱে, মানে মই মুছলিম পৰিয়ালত জন্ম ।"
"তাৰমানে ভিনদেউ…………"
মুখৰ কথা আধাতে টানি উত্তৰ দিলো, "ভিনদেৱো মুছলিম পৰিয়ালত জন্ম।"
"মই আকৌ নুবুজিলো বাইদেউ।"
"কিয় নুবুজিলানো? গীতা পঢ়িছা নহয়? স্বধৰ্ম মানে কি জানা? আমি দুয়ো স্বধৰ্মত বিশ্বাসী।"
শেষত ভাইটিজনে বুজি পালে হয়তো। লিখিলে মোলৈ, "মৰমৰ বাইদেউ আপোনালোকৰ দৰে মহীয়সী আই মাতৃ সকলোৱে আমাৰ অনুপ্ৰেৰণাৰ উৎস, আমাৰ পথেয়.….সচাকৈ বাইদেউ নিজকে মানুহ হিচাপে পৰিচয় দিয়াতকৈ আনন্দ একো থাকিব নোৱাৰে।"
আৰু এই মেচেজটোৰে দিনটোৰ কষ্ট বিষাদ সকলো তল পৰি সুখবোৰ জিলিকি উঠিল । এই সুখ কঢ়িয়াই অনা ভাইটি Chintuলৈ মৰম আৰু ধন্যবাদ জনাই সকলোলৈকে শুভ ৰাতিৰ কামনা জ্ঞাপন কৰিলো ।
৩০ নৱেম্বৰ
ষ্ট্ৰবেৰীৰ পুলিটো দিবলৈকে এওঁৰ অফিচলৈ বুলি তিনিচুকীয়াৰ পৰা দৌৰি আহিল ভণ্টি দ্ৰী( হিমাদ্ৰী গোহাঁই বৰুৱা)… ইমানেই আনন্দ লাগিল যে, পুলিটো হাতত পৰাৰ লগে লগে সুধিলো তাইক, প্ৰতিদানত কি দিওঁ কোৱা ভণ্টি? মুখৰ কথা আধাতে টানি উত্তৰ দিলো, "ভিনদেৱো মুছলিম পৰিয়ালত জন্ম।"
"মই আকৌ নুবুজিলো বাইদেউ।"
"কিয় নুবুজিলানো? গীতা পঢ়িছা নহয়? স্বধৰ্ম মানে কি জানা? আমি দুয়ো স্বধৰ্মত বিশ্বাসী।"
শেষত ভাইটিজনে বুজি পালে হয়তো। লিখিলে মোলৈ, "মৰমৰ বাইদেউ আপোনালোকৰ দৰে মহীয়সী আই মাতৃ সকলোৱে আমাৰ অনুপ্ৰেৰণাৰ উৎস, আমাৰ পথেয়.….সচাকৈ বাইদেউ নিজকে মানুহ হিচাপে পৰিচয় দিয়াতকৈ আনন্দ একো থাকিব নোৱাৰে।"
আৰু এই মেচেজটোৰে দিনটোৰ কষ্ট বিষাদ সকলো তল পৰি সুখবোৰ জিলিকি উঠিল । এই সুখ কঢ়িয়াই অনা ভাইটি Chintuলৈ মৰম আৰু ধন্যবাদ জনাই সকলোলৈকে শুভ ৰাতিৰ কামনা জ্ঞাপন কৰিলো ।
৩০ নৱেম্বৰ
তাই বোলে, একো নালাগে । পুলিটো জীয়ালেই হ'ব ।
আকৌ পৰি গ'লো মই সংকটত । প্ৰতিদানৰ উপহাৰস্বৰূপে মৰমকে দিয়ক বুলিলেও দায়মুক্ত হ'লো হয় । নতুবা কাণফুলিযোৰকে বিচৰা হ'লেও হয়।
তথাপি, ক'বলৈ পাই সুখী হৈছো, বাৰাংগনাৰ জুপুৰি প্ৰেছলৈ গৈছে । প্ৰথম কপিটো দ্ৰীৰ নামত…
Comments
Post a Comment